ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: June 2011
http://ridipnath.blogspot.com/2011_06_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. ক্লান্ত হৈছো ক’কা তোমাৰ দৰেই. বয়সৰ আঁচোৰে তোমাক অৱশ কৰাৰ দৰেই. ক্লান্ত হৈছো ক’কা তোমাৰ দৰেই. জীৱনৰ যান্ত্ৰিকতাত আৱদ্ধ উশাহ. কুকুৰাই ডাক দিলেই ক’কা. ব’লা আমি শেৱালি বুটলোগৈ. আজিও হাৰিবা তুমি. এয়া চোৱা, এমুঠি হ’ল মোৰ তলসৰা শেৱালি. তোমাৰ যে কামেই নাই একোৱেই পাই. খেজুৰ নুবুটলা নেকি ক’কা? জানানে তুমি, ইমান বেয়া অমল, চন্দন, নয়নহঁত. মাক নকবা কিন্তু দেই. মইতো নকৰোৱেই ভয়. ল’ৰালি ...ষ্মৃ...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: August 2011
http://ridipnath.blogspot.com/2011_08_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. ম’বাইলৰ নেটৱৰ্কৰ নিচিনা কুক-ভা. ইনবক্স ভৰি ঊৰ্মিমুখৰ মিঠা এজাক সুহুঁৰি. প্ৰান্তত, নুশুকোৱাৰ জেদত জেদী ঘাঁ. ডিলিট কৰা দুখমুঠি. ডিলিট হোৱা সুখমুঠি. নেটৱৰ্কৰ নিচিনা অহা-যোৱা. দুখৰ জোৱাৰত সুখৰ মিছ্কল. ক্ৰছ্ কানেক্শ্যনৰ মাজতো পদুমৰ পাহি. ছেভ কৰা হাঁহিবোৰ. ইনষ্টল হোৱা ভাইৰাছবোৰ. পুঙাটোৰ দৰেই থাকে ভাহি. এই যে সময়ৰ ডিঙাখন. ই-আলোচনী "স্পন্দন"ত. প্ৰকাশিত. চুই চোৱা. প্ৰকাশিত. সবিশেষ পঢ়ক. কথা...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: March 2011
http://ridipnath.blogspot.com/2011_03_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. এগৰাকী নাৰীৰ বাবে ৰঙৰ সন্ধানত. তেওঁৰ ওঁঠযুৰি কেন্ভাচলৈ আহিলে ৰং বিচাৰি হাবাথুৰি খাওঁ. শেঁতা পৰা সেই দুওঁঠে মূকবধিৰ কৰি তোলে মোক. লাফিং গেছীয়া হাঁহিৰে কিমাননো আৰু দিন ঠেলিম? ডাৱৰীয়া চকুৰে আৰু কেইটা নিশা জলক্লান্ত হোৱাৰ কথা? এমুঠি ৰং ছটিয়াম বুলি হাত মেলোতেই উমান পাওঁ শূন্যতাৰ. বিপদসীমাৰ ওপৰত সেই ওঁঠ শেঁতা পৰি ৰয়. আৰু মই.তাৱৈৰ কাৱৈ. চকুৰ আগত গৰাখহনীয়া আৰু. ভোক মই. ভোক মই. সময়ৰ বোক&#...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: February 2011
http://ridipnath.blogspot.com/2011_02_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. ঘূণে ধৰা এটি কাহিনী. এখন দেশত এটা ভাষা.আজিও আছে. জোৱাৰত ছৈ ধৰি উজাই আনিছিল এমুঠি নাৱিকে. টেম্ছৰ পৰা মাজুলীলৈ. ডুবা নাৱেঁ সুৰুজ দেখিছিল. সময় বাগৰিল, হেমকোষ উপজিল. ক্লান্ত পানীত নাওঁ চলে. সময় বাগৰে. ক্লান্ত পানীত ৰৈ গৈছিল এমখল বগা তেজ. এজোপা অমৰলতা. সময় বাগৰে. এখন দেশৰ মানুহ আধুনিক হৈছিল. মাতৃভাষাত ঘূণে ধৰে. সময় বাগৰে. জেক্চন আহিল, এভ্ৰিল উপজিল. সময় বাগৰিল. সেউজ গাভৰু. বুকুত আগ...তোম...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: January 2012
http://ridipnath.blogspot.com/2012_01_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয়? মোৰ কেমেৰাৰ লেন্সত তুমি আধুনিকা. কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ. ব তোমাৰ হৃদয়. লেন্সত মোৰ অনিশ্চয়তাৰ পৰশ. প্ৰতিটো ক্লিকতেই লাগি ৰয় সেউজ সন্ধানী প্ৰত্যাশা. অৰণ্য হৈ চোৱানা এবাৰ. উচ্চতম কিমান সেউজীয়াৰ পৰশেৰে ভেদিব পাৰি উগ্ৰতাৰ প্ৰলেপ. সৌন্দৰ্য্যতাৰ বিলাতী পানীৰে. নিদিবাছোন. জ্বলিবলৈ এলবামবোৰ. ৰংবোৰেও ক. কিমান আঁতৰৰ ফ. ধৰা হওঁক. ভৱি...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: February 2012
http://ridipnath.blogspot.com/2012_02_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. আনোঁ বুলিয়েই আনিব পৰাহেঁতেন সেপিয়াই. পৃথিৱীৰ প্ৰত্যেকখন মুখতেই জ্বলিলহেঁতেন পোহৰ. থপিয়াব বিচাৰোতেই উজ্বলতা. নপৰিলহেঁতেন সৰি কাৰোবাৰ মুখৰ শেৱালি. প্ৰিয় হ. 8217; ল বুলিয়েইতো সকলোৰে পদুলিত নসৰে শেৱালি! তোৰ মুখত গুজি তৰা. বিচাৰিলেওতো গাব নোৱাৰিব পাৰে কোনোবাই ফাগুণৰ গান. কোনেনো নিবিচাৰে হেঁপাহৰ ক. 8217; হিনুৰ. তোৰ মুখত ক. তেজিমলা এতিয়া বহু দূৰ. কোনোবাই কৈছিল. কেতিয়াবা. 8217; তে. ম’বা...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: June 2012
http://ridipnath.blogspot.com/2012_06_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. চাধা পুৰাণ-২ (বিড়িকাণ্ড). হাটীৰপৰা আহি মোৰ টেন্চনত দিন যায়. হায় মোৰ ফাটা ক. পাল তিৰিটুয়ো চাধা খায়! ঘৰ পায়েই দ. গ্ৰি তাইক দাইবোবা ধোল্লু. কাণৰ হাইৰা ফাটে দিও মানোবাহে নোল্লু. উপায় নাপে ভাবি চিন্তি অ. ফাৰ এটা দিলু. শুনছুন মোৰ আদেৰি মাই. বুলিও ক. ল্লা এটা আনি দিম ত. ই চাধা বাদ দিলি. ভাগে-পিতে খাম দে আমি দোটাই মিলি. মনটু মোৰ নাউংমেন হ. তুলিৰ তলত লুকে থং. শব্দাৰ্থ:-. তিত্তে...কোৰ...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: April 2011
http://ridipnath.blogspot.com/2011_04_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. সেই গান নাগাবি বাৰিষা নামে. সেই গানত অস্তাচলৰ বেলি এটি বাস কৰে. হালধীয়াৰ পৰা হেঙুলীয়া হোৱাৰ আগলৈকে. সুমধুৰ আছিল সেই গান! ছন্দ হেৰুৱাই বেসুৰা হোৱাৰ পৰলৈকে. তাত জোনাক নামিছিল,. এতিয়া বাৰিষা নামে. হেপাহৰ বিপৰীতে কক্বকনি হয় সহচৰ. আৰু গানটোত ফুটি উঠে ভাগৰ. সেই গানে জোৱাৰ আনে. সেই গান নাগাবি বাৰিষা নামে. Subscribe to: Posts (Atom). অনুসন্ধান কৰক. অনুসৰনকাৰী. দৰকাৰী লিংক. মৰমৰ বন্ধু-...মধ্...
ridipnath.blogspot.com
~~হৃদয়ৰ কুঠৰী ~~: July 2013
http://ridipnath.blogspot.com/2013_07_01_archive.html
হৃদয়ৰ কুঠৰী. Unable to View the Contents? আপোনাৰ মতামত. আৰম্ভণি পৃষ্ঠালৈ. সূচীপত্ৰ. চুটি কবিতা. কথা-কবিতা. অন্যান্য. গতিশীল ষ্টেচন. একৰঙী একোখন আকাশ. যাত্ৰাপথৰ সীমনাত বিৰংগী হাবিয়াস. Subscribe to: Posts (Atom). অনুসন্ধান কৰক. অনুসৰনকাৰী. দৰকাৰী লিংক. অসমীয়া লিখা সঁজুলি. শব্দ অভিধান. চন্দ্রকান্ত অভিধান. অনলাইন ৰেডিঅ’. জনপ্ৰিয় লিখনি. ম’বাইলৰ পৰা অসমীয়া কেনেকৈ লিখিব? সপোন এটিৰ দাম কিমান? নে ধাৰলৈ পাম? নে ধাৰলৈ পাম? প্ৰেম বহুৰূপী অৱলেপ. আঞ্চলিক বাতৰি. লিমাৰিক. মৰমৰ বন্ধু-বান্ধৱী...হাঁহি. হীৰু দ&#...বোৱ...